অ' মোৰ বিজ্ঞানী বন্ধু
অ' মোৰ বিজ্ঞানী বন্ধু
তোমাৰ কৰ্মৰ বাবে
আমি জীয়াই আছোঁ ।
তুমি আমাৰ বাবে
বহুত কষ্ট কৰা।
কিন্তু তোমাৰ বাবে .
আমি একো নকৰোঁ ।
তুমি আমাৰ দেশৰ ৰক্ষা কৰোতাঁ। তুমিয়েই আমাৰ মাতৃভূমিক
ৰক্ষা কৰোতাঁ।
তুমিয়ে আমাৰ বাবে নতুন বস্তু সৃষ্টি কৰোতাঁ, কিন্তু তোমাক একো দিব নোৱাৰো।
হে বন্ধূ আমাক ৰক্ষা কৰিব।
হে বন্ধু তুমি ৰক্ষা কৰা ।
📝 শ্ৰী বিনোদ চেৰো
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ