আকৌ মনত আহে অতীতৰ দিনবোৰ, যি দিনবোৰত আমি বন্ধু-বান্ধুবীৰ লগত বিদ্যালয়ৰ খেল পথাৰত বহি কথা-বতৰা আৰু আলোচনা কৰিছিলো। যি কথা-বতৰা আলোচনাই আমাক আনন্দ দিছিল, সেই দিনবোৰ পাহৰিব নোৱাৰিম ।
সেই দিনবোৰ পাহৰিব নোৱাৰিম।।
হে বন্ধু বৰ্গ, হে বান্ধবী বৰ্গ , তোমালোকে পাহৰিবা নে ?
সোণৰ বিদ্যালয় খন ।
নে পাহৰিবা ?
আমাৰ বিদ্যালয়খন আছিল
অতি মৰম লগা ।
বিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰু সকল হে শিক্ষাগুৰু আপোনালোকে জ্ঞানৰ শিক্ষা দিয়া ।
গুৰু আপুনিয়ে উজ্জ্বল পথ দেখুৱাই দিয়া ।আপোনালোকৰ দেখুওৱা পথেৰে গৈ
জীৱন উজ্জ্বলাাম জগত পোহৰাম।
📝শ্ৰী বিনোদ চেৰো
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ