Home হেমেন হাজৰিকা শ্ৰুতলিপি নহয় শ্ৰুতলিপি নহয় person©Admin March 09, 2020 0 share তোমালোকেজোৰদিসঁচায়ে-মিচায়েকিবা-কিবি ক'লাআমিওহাত তালি বজাইকোৱাবোৰ শুনিলো |এতিয়াযি কৰিমআমি নিজৰ মতে কৰিম |কাৰণবোৰ বুজিলোশ্ৰুতলিপি আৰু নিদিবাবিবেক আমাৰো আছে | 📝 হেমেন হাজৰিকা (মিৰ্জা) Tags কবিতাহেমেন হাজৰিকা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ