আজিৰ আপোনাৰ দিনটো-৩০ মাৰ্চ ২০২০

Rinku Rajowar
0
🙏দৈনিক ৰাশি ফল 🙏

🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                       ১৬ চ'ত , সোমবাৰ,ইং ৩০ মাৰ্চ ২০২০। 
সূৰ্য্যোদয় ঘ:৫/১৭/৪০সূৰ্য্যাস্ত ঘ:৫/৩৬/৫৩

ৰাশি - বৃষ ৰাশি।
তিথি - শুক্লা ষষ্ঠী ।ৰা: ঘ: ৩/১৪/৪৩ লৈ।
নক্ষত্ৰ  - ৰোহিনী নক্ষত্ৰ, ঘ:৫/১৮/১২ লৈ।
আদ্যঋতু হলে - পতিহীতা যোগ, 
যাত্ৰা - পশ্চিম দিশত নাই ।ৰা:ঘ: ৩/১৪/৪৩ যোৱাত বাযু কোনত নাই।
যোগিনী - পশ্চিম দিশত  ।ৰা:ঘ: ৩/১৪/৪৩ যোৱাত বাযু কোনত ।
মৰণত দোষ - নাই,। ৰা:ঘ:৩/১৪/৪৩ যোৱাত এপদ।
ভক্ষাভক্ষ্য - তিতা  খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ, যদিও মনত সামান্য হতাশাৰ ভাৱ আহিব পাৰে লগতে সামান্য ব্যয় বৃদ্ধিৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব, সুখ বাঢ়িব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধিৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত দ্বাযিত্ব বাঢ়িব, যদিও মনত সামান্য অস্থিৰতা বাঢ়িব পাৰে লগতে, সজাগ নহলে সন্মান হানি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত কৰ্মত জতিলতা বাঢ়িব, যদিও ভাল কামলৈ মনোনিবেশ হব, লগতে মনত সামান্য ভয় বৃদ্ধিৰ যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  ব্যৱসায়ত শুভ, মনটো সামাজিক হব,যদিও সামান্য খৰছ বৃদ্ধিৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, মনটো সামাজিক হব, যদিও সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত সফল হব, ব্যস্ততা বাঢ়িব যদিও মনত সামান্য অশান্তি বৃদ্ধিৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  দাম্পত্য সুখ বাঢ়িব, প্ৰিয় জনৰ সংগ লাভ হব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধিৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, ব্যস্ততা বাঢ়িব, যদিও সজাগ নহলে বুদ্ধিৰ ভষ্ট হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ বাঢ়িব, লগতে মনত  সজীৱতা বৃদ্ধিৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত প্ৰসংসা লাভ হব, আত্মগ্লানি বাঢ়িব লগতে মনটো কঠিন হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত অভিমান বাঢ়িব, লগতে মনত শান্তি বৃদ্ধিৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪

ফোন নং -9101096481
  🙏🙏🙏🙏🙏🙏🙏

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)