বৰ্তমান

Rinku Rajowar
0
নিৰ্দয় সময়
আশংকাত কঁপি উঠে
নিষিদ্ধ হৃদয়

কালৰ চক্ৰবেহুত বন্দি হ'ল
আজি নিঃসহায় মানৱ

মৃত্যুৰ উপত্যকাত পৰিণত
সেউজীয়া এই পৃথিৱী
চৌদিশে মৰাশগুণৰ
পিৰপিৰণি

মানুহেই মানুহৰ শত্ৰু

সাৱধান!
কাষ নাচাপিব
আপোনিওতো হ'ব পাৰে
মৃত্যুৰ বাহক

সাৱধান!
এয়াই আত্মবন্দীৰ 
কঠিন সময়
এয়াই বৰ্তমান।

📝বিতু বুঢ়াগোহাঁই
                     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)