বেবেৰিবাং

©Admin
0
কেচতো নগেন । নগেনে বন্দুকৰ লাইচেন্সৰ বাবে দৰখাস্ত দিলে । তাকো একেবাৰে পাঁচ নলীয়া বন্দুকৰ । যথা সময়ত ভেৰিফিকেচন কৰিবলৈ পুলিচ বিষয়া নগেনৰ ঘৰলৈ গ'ল ।
বিষয়া- আপুনি যে এক নহয়, দুই নহয়, একেবাৰে পাঁচ নলীয়া বন্দুকৰ দৰখাস্ত কিয় দিলে ?
নগেন- চাওক ছাৰ, চৰকাৰক দুই লাখ টকাৰ সাহাৰ্য বিচাৰিলে 20 হেজাৰ মানহে দিয়ে । এক লাখ বিচাৰিলে 10 হেজাৰ দিয়ে । সেয়ে মই একেবাৰে পাঁচ নলীয়া বন্দুকৰ  বাবে দৰখাস্ত কৰিলো । পাঁচ নলীয়া কৰিলেহে যদি তিনি নলীয়া দিয়ে, তিনি নলীয়া নিদিলেওতো দুই নলীয়াটো দিব, দুই নলীয়া নিদিলেওতো কমছেকম এক নলীয়াটো দিবয়েই । 

   
📝 সৌৰভ কুমাৰ বৰুৱা
          উঃ লক্ষীমপুৰ


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)