পৰিণত হলোঁ মই

©Admin
0
হতাশাৰ  বুকুত লিপিৱদ্ধ মোৰ নাম

          নিৰাশাৰ মদিৰা গিলিছোঁ মই, ধৰ্ষিতালৈ পৰিণত হৈছোঁ মই, 
            সমস্ত সত্তা কাৰোবাৰ কামনাৰ বলি হৈ  শুই পৰিছে।। 
                     মোৰ উন্মনা সপোনবোৰ আজি দানৱৰ কোলাত। 
               সমাজত আজি মই অৰ্থহীন, স্বাধীন হৈ পৰাধীন
              আজিৰ নাৰী এই পৃথিৱীত। 
                    ন ন সপোনবোৰক লৈ সপোনৰ মঞ্জুৰী গাথোঁ বুলি 
                     ভাৱোতেই নাৰীত্ব হেৰুৱালোঁ মই,,,, 
                   পৰিণত হলেও ধৰ্ষিতালৈ।


📝ৰশ্মি তামুলী(যোৰহাট)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)