কৰ'নাৰ আতংক

©Admin
0

বায়ু মণ্ডলত বিষাক্ত বিজানু প্ৰবাহিত হৈছে ,কিছু বায়ু বিশেষজ্ঞই এক বাতৰিয়ে দেশৰ মানুহক ভয়াতুৰ কৰি পেলাইছে যাৰ ফলত আমাৰ জীৱন যাপনত বাধাৰ লগতে 

সাবধানতা অবলম্বন কৰিব লগা হৈছে ৷ মানুহহক বনৰ বাঘে খোৱাতকে মনৰ বাঘে খোৱা নিচিনা হৈছে ঘৰৰপৰা মানুহে বাহিৰলৈ যাব ভয় কৰিছে ঘৰৰপৰা বাহিৰত উপাৰ্জনৰ বাবে থকা লোকসক ঘৰলৈ অনাইছে কিছু বাগিচাৰ লোক বজাৰ আদিৰ বাবে গ'লে ঘূৰি অহাৰপাছত 

মেডিকেল যাব লাগিব ৷ বায়ুমণ্ডলত বিজানুৱে মানুহক অপকাৰ কৰাই নহয় খোলাকৈ থকা বয়বস্তুত বিজানু থাকিব পাৰে যেনে খোলা বজাৰৰ মিঠাই , ৰসযুক্ত মিটীঠাইও বিজানু কৰিবপাৰে বায়ুত প্ৰবাহিত বিজানুৰ পৰা 

কিছু সাবধানতা আবশ্যক ৷


মানুহৰ এই বিজানুৰ দ্বাৰা হঠাৎ মৃত্যুও হবপাৰে , কিন্ত আজি বৈজ্ঞানিক দেশত বহুবিলাক চিকিৎসাৰ সুবিধা থকা  

চিন্তা কৰাৰ একো কথা নাই আমি মাত্ৰ উক্ত পৰামৰ্শ অনসৰণ কৰি , কাৰ্য্যকৰী ব্যৱস্থা লব লাগে ৷


বিষাক্ত বিজানুৰ নাম দিছে কৰ'না " ভাইৰাছ " কৰ'না ভাইৰাছ আহিল কৰপৰা এই বিজানুৰ উৎপত্তি হ'ল কেনেকৈ , ভূমণ্ডলৰপৰা নে অন্য কিছু দুষ্টকৃতি লোক আদিৰপৰা মানুহক ধংস কৰাৰ বাবে ৷

বায়ুমণ্ডলত বায়ুৱে সকলোকে স্পৰ্শ কৰে হয়তো কিছু লোকে , স্বাৰ্থ আদায় কৰাৰ প্ৰয়াস কৰিছে ৷

এই বিজানুযুক্ল বায়ুৱে অকলৎ মানুহককে অপকাৰ কৰিব নে সকলো জীৱকে অপকাৰ কৰিব ৷


এই বিষয়ত বিশ্বৰ উচ্চ অনসন্ধান বিভাগে চোকা অনুসন্ধান কৰিছে নে নাই আমি নাজানো ৷

এই বিষয়ত চৰকাৰী চিকিৎসা বিভাগে আমাক সাবধানতাৰ কৰণীয় পৰামৰ্শ জনাই আছে , কিন্ত বতাহত অহা বিজানুৰ ধংসৰ কিবা উপাই উলিয়াইছে নে প্ৰথমে আমাৰ সাবধানতাৰ কৰণীয় হ'ল , দ্বিতীয়তে বায়ুমণ্ডলত প্ৰবাহিত বিজানুনাশ কৰা ৷


এটা কথা কিছুৰ হয়তো হাঁহি উঠিব পাৰে আমি যদি বহু পূৰ্বলৈ উভতি যাওঁ , তেন্তে দেখা যায় যে কিছু খড়ী যেনে আম ,বৰ আঁহত , জৰী, ডিমৰু , পলাশ , কুশ , দবৰী , খৈৰা খৰীৰ দ্বাৰা অগ্নি জ্বলাই গৰু ঘিউ , জব, তিল, মৌ, আদি একেলগে মিহলাই উক্ত অগ্নিত অলপ অলপকৈ জ্বলাইছিল দীঘলীয়া দিন ধৰি এই কাৰ্যই বায়ুমণ্ডলৰ বিষাক্ত বিজানু নাশ কৰিছিল ৷ পূৰ্বৰ লোকে সূৰ্য্যদয়ৰ পূৰ্বে ঘৰদুৱাৰ গৰু গোৱৰ মাটিৰে ঘৰ মচিছিল আৰু সূৰ্য্যাদয়ৰ পূৰ্বে ঘৰৰচাৰিওফালে ও চোতালত গোবৰ পানী ছটিয়াইছিল এনে কিছু কাৰ্যই বিজানু নাশ কৰিছিল ইয়াৰ উপৰিও বায়ুত বিজানু নাশৰ বাৱে বিশেষকৈ মহানিম , তুলসী আদি ঘৰৰ বাৰীয়ে বাটে পথে লগাইছিল আৰু বিষ ঢেকিয়া, ভাং , অগৰা আদি দি সন্ধিয়া জাকৰ দ্বাৰা মহ , মাখি আদিৰপৰা গৰু মহক বচাইছিল ৷


বায়ুত এই ধোঁৱাৰপৰা মহ মাখি কমাই দিছিল ৷


   ভাবিব পাৰি বৰষুণ যদি বেছি হয় বা ৰ'দ অতন্তঃ ৩২ % ছেঃ তকৈ বেছি হয় এই বিজানু নাস হব বুলি ভাৱা৷

বতাহ বৰষুণৰ পথটো গছ কমি যোৱাৰ ফলত বহু অসুবিধা আহিছে হয়তো ৷ বৰ্তমান বৈজ্ঞানিকৰ বীজানু নাশক ঔষধ

ফেনাইল , ডেটল আদি ব্যৱহাৰ কৰা হয় সেইয়ে ৰোগমুক্ত ঔষধৰ লগতে বায়ুমণ্ডলৰপৰা বিজানুনাশক উপায় উলিয়াবলৈ অপেক্ষা ৷

  📝 ঘনকান্ত কায়স্থ





Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)