স্তৱক-১৮

©Admin
0

আজি তেওঁ আহিব

মোৰ ভাৱনাৰ চহৰলৈ

ওঁৱলিযোৱা কলিজাত ,

স্মৃতিৰ আৱিৰ সানি ;

অশ্ৰুকণাৰে উদ্-যাপন কৰিব

বিষাদৰ ফাগ্লু উৎসৱ ।

📝প্ৰবিন দত্ত (শিৱসাগৰ)


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)