ছাই

©Admin
0

প্লাষ্টিক পুৰিলে জ্বলি জ্বলি

গলি গলি ক'লা ধোঁৱা বিয়পাই

বিষাদকৰি যায়

কাগজো পুৰে খৰিও পুৰে

ক'লা ধোঁৱাত 

বেমাৰো হব পাৰে

ছাই ছাই গাত খান্দি

গাঁতত জাবৰ পেলাোৱা 

গাড়ী মটৰ চলিলে

ক'লা ধোঁৱা উৰুৱাই নিয়ে

কেঁচা আলিত 

গাড়ী মটৰ চলিলে

ধুলি বালি উৰুৱাই নিয়ে

বায়ুৰ লগত মিহলাই 

বায়ু প্ৰদুষণ কৰে ৷


📝ৰাহুল কুৰ্মী 

     সপ্তম শ্ৰেণী 

কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)