বুটিকুৰা

Rinku Rajowar
0
ইয়াতেই বসবাস কৰে
মোৰ ল'ৰালিৰ বন্ধু
ভুমিপুত্ৰ সকল  |
যাৰ নাই কোনো কৃত্ৰিমতা
কৰ্পট কুৰ্চুত অসুয়া প্ৰীতি  |
সিহঁতে
দুখ বাকী খাব জানে
হিয়া উজাৰি নিভাজ
মৰম দিব জানে |
সন্ধিয়া নিজেহাতে বনোৱা
অলপ সাজপানী খাই
নিঃপালী দিয়ে  |
ইয়াৰ কাষতে 
এখন বিল আছে বুন্দুৰা
নানা থলুৱা মাছে 
ভৰি আছে ইয়াৰ বুকু
তাৰ পৰা তুলি আনি
বজাৰত বেচে  |
মৰম আকলুৱা সিহঁতবোৰে
মৰম দিবজানে অকাতৰে  |

 📝 হেমেন হাজৰিকা (মিৰ্জা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)