আজিৰ আপোনাৰ দিনটো ৩১ মার্চ ২০২০

Rinku Rajowar
0
🙏দৈনিক ৰাশি ফল 🙏

🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                       ১৭ চ'ত , মঙ্গলবাৰ,ইং ৩১ মাৰ্চ ২০২০। 
সূৰ্য্যোদয় ঘ:৫/১৬/৪২সূৰ্য্যাস্ত ঘ:৫/৩৭/২১

ৰাশি - বৃষ ৰাশি। প্ৰা:ঘ: ৬/৬/০ যোৱাত মিথুন ৰাশি।
তিথি - শুক্লা সপ্তমী ।ৰা: ঘ: ৩/৪৯/২০ লৈ।
নক্ষত্ৰ  - মৃগশিৰা নক্ষত্ৰ, ৰা: ঘ:৬/৪৪/২৫ লৈ।
আদ্যঋতু হলে - পতিহীতা যোগ, 
যাত্ৰা - বাযু কোনত নাই ।ৰা:ঘ: ৩/৪৯/২০ যোৱাত ঈশাণ কোনত নাই।
যোগিনী - বাযু কোনত  ।ৰা:ঘ: ৩/৪৯/২০ যোৱাত ঈশাণ কোনত ।
মৰণত দোষ - দ্বিপদ,। ৰা:ঘ:৩/৪৯/২০ যোৱাত এপদ।
ভক্ষাভক্ষ্য - তাল খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত দ্ৰব্য লাভ হব, প্ৰেমত শুভ যদিও সামান্য ব্যয় বৃদ্ধিৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জতিলতা বাঢ়িব, খৰছ বৃদ্ধি হব, লগতে সজাগ নহলে বন্ধুৰ লগত মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ হব, প্ৰেমত শুভ, লগতে যশস্যা বৃদ্ধিৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত সামাজিক ব্যস্ততা বাঢ়িব পাৰে, যদিও সজাগ নহলে প্ৰতাৰিত হব পাৰে, লগতে মনত সামান্য ভয় বৃদ্ধিৰ যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  মনটো সামাজিক হব, আয় বাঢ়িব, লগতে ৰোগাৰোগ্য হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত দেহ মনত সমান্য আঘাত পাৱ পাৰে,লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধিৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত বন্ধু লাভ হব, কৰ্মত সফল হব, যদিও দেহ মনত সামান্য ক্লান্তিৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  সমস্যা বাঢ়িব, লগতে  মনত সামান্য অশান্তি বৃদ্ধিৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন মান লাভ হব, কৰ্মত শুভ, লগতে ধন আগমন বৃদ্ধিৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিবেশ হব, লগতে কৰ্মত সফল হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত পৰিশ্ৰম বাঢ়িব, আয় বাঢ়িব লগতে কৰ্মত সামান্য জতিলতা বৃদ্ধিৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম কৌশল বাঢ়িব, লগতে  মনত আনন্দ বৃদ্ধিৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪
ফোন নং -9101096481

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)