আপোনাৰ আজিৰ দিনটো

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                       ৯ চ'ত , সোমবাৰ,ইং ২৩মাৰ্চ ২০২০। 
সূৰ্য্যোদয় ঘ:৫/২৫/৪২সূৰ্য্যাস্ত ঘ:৫/৩৩/৫২

ৰাশি -  কুম্ভ ৰাশি। ৰা:ঘ: ৬/৩৭/৩৮ মীন ৰাশি।
তিথি - কৃষ্ণা চতুৰ্দশী । ঘ: ১২/৩০/৩৫লৈ।
নক্ষত্ৰ  - পূৰ্বভাদ্ৰপদ নক্ষত্ৰ, ৰা: ঘ:  ১/২১/৪৩ লৈ।
আদ্যঋতু হলে - দুৰ্ভগা  যোগ, 
যাত্ৰা - পশ্চিম দিশত নাই । ঘ: ১২/৩০/৩৫ যোৱাত  ঈশাণ কোনত নাই।
যোগিনী - পশ্চিম দিশত  । ঘ: ১২/৩০/৩৫ যোৱাত  ঈশাণ কোনত ।
মৰণত দোষ - ত্ৰিপদ,।ঘ ১২/৩০/৩৫ যোৱাত দ্বিপদ।ৰা:ঘ: ১/২১/৪৩ যোৱাত নাই।
ভক্ষাভক্ষ্য -  আমিষ  খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যা সমাধান হব, প্ৰেম আৰু কৰ্মত শুভ, যদিও মনত সামান্য হতাশা বৃদ্ধিৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন লাভ হব, আয় বাঢ়িব, লগতে কৰ্ম ব্যস্ততা বৃদ্ধিৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত দ্বায়িত্ব বৃদ্ধি হব, যদিও সামান্য কষ্ট পাৱ পাৰে, লগতে যান বাহনৰ পৰা পৰা সাৱধান থাকিব।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত ব্যৱসায়ত শুভ, যদিও কৰ্মত সামান্য জতিলতা বাঢ়িব, লগতে ব্যয় বৃদ্ধিৰ যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্তানৰ সুখ বাঢ়িব,  প্ৰেম আৰু কৰ্মত শুভ, যদিও খৰছ বৃদ্ধিৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্মত জতিলতা বাঢ়িব,  যদিও মনৰ আশা ভংগ হব পাৰে,  লগতে মনত সামান্য আঘাত পোৱাৰ  যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত শিল্পী সকলৰ সুনাম বাঢ়িব, মনত আনন্দ বাঢ়িব,  লগতে কৰ্মত সফল হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ সুনাম বাঢ়িব, দাম্পত্য সুখ বাঢ়িব, লগতে সামান্য ব্যয় বৃদ্ধিৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, বন্ধু লাভ হব যদিও দেহ মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, সম্পদ বাঢ়িব , যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধিৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত প্ৰেম আৰু কৰ্মত শুভ, যদিও ভ্ৰমনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব, সন্মান বাঢ়িব, যদিও সামান্য অভিমান বৃদ্ধিৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

          -: জ্যোতিষী :-

📝 শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
     নৱগ্ৰহ জ্যোতিষালয়              
  জালুকাৰী , গুৱাহাটী -১৪
 যোগাযোগ-৯১০১০৯৬৪৮১



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)