আপোনাৰ আজিৰ দিনটো ২৭ মাৰ্চ ২০২০

©Admin
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                       ১৩ চ'ত , শুক্ৰবাৰ,ইং ২৭ মাৰ্চ ২০২০। 
সূৰ্য্যোদয় ঘ:৫/২০/৪০সূৰ্য্যাস্ত ঘ:৫/৩৫/৪১

ৰাশি -  মেষ ৰাশি।
তিথি - শুক্লা তৃতীয়া ।ৰা: ঘ: ১০/১২/৩২লৈ।
নক্ষত্ৰ  - অশ্বিনী নক্ষত্ৰ,
আদ্যঋতু হলে - দু:শীলা যোগ, 
যাত্ৰা - অগ্নি কোনত নাই ।ৰা:ঘ: ১০/১২/৩২ যোৱাত নৈঋত কোনত নাই।
যোগিনী - অগ্নি কোনত ।ৰা:ঘ: ১০/১২/৩২ যোৱাত নৈঋত কোনত ।
মৰণত দোষ - নাই,। 
ভক্ষাভক্ষ্য - পটল আৰু মুলা  খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ, বিবাদ নিস্পত্তি হব, লগতে শৰীৰত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, যদিও মনত সামান্য ভয় বৃদ্ধিৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ, বিদ্যাৰ্থী সকলৰ শুভ, যদিও মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত কৰ্মত নতুন যোগাযোগ হব, লগতে ব্যৱসায়ত শুভ  যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত জেষ্ঠ্য জনৰ পৰা দু:সংবাদ পাৱ পাৰে, লগতে কৰ্মত বিৰোধ হব পাৰে লগতে সজাগ নহলে ক্ষতি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ সুখ বঢ়িব, আয় বাঢ়িব,   লগতে আনৰ সহায় লাভৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত প্ৰেমত শুভ, সম্পদ লাভ হব, যদিও  পিতৃ মাতৃৰ শৰীৰত ৰোগে সামান্য কষ্ট দিয়াৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ লাভ হব, অভিনয়ত শুভ লগতে যদিও মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জতিলতা বাঢ়িব,  লগতে পৰিশ্ৰম বৃদ্ধিৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ৰোগাৰোগ্য হব, সামাজিক কামত মনোনিবেশ হব, যদিও মনত সামান্য অশান্তি বৃদ্ধিৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত যশস্যা বাঢ়িব, মিলা প্ৰীতি বাঢ়িব, যদিও সামান্য ব্যয় বৃদ্ধিৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন আশা বাঢ়িব, সমস্যাৰ সমাধান হব, যদিও ৰাজভয়ৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         জ্যোতিষী 

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                    
জালুকাৰী , গুৱাহাটী -১৪
ফোন নং -9101096481

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)