লকডাউন কিমান মহত্ত্বপূৰ্ণ - বিশ্বৰ লগতে এইবাৰ ভাৰততো কৰ'নাভাইৰাছৰ আতংক

©Admin
0

এইবাৰ ভাৰততো কৰ'নাৰ উপদ্ৰৱ গোটেই বিশ্বতেই কৰ'না ভাইৰাছৰ উপদ্ৰৱ ভাৰতত  বৃহস্পতিবাৰে সাতজন লোকৰ মৃত্যু হয় আৰু এতিয়ালৈকে ২০ জনৰোঅধিক লোক কৰ'নাৰ সংক্ৰমনত মৃত্যুমুখত পৰিছে " টাইমচ অফ ইণ্ডিয়া মেগাজিন " ৰ মতে বৰ্তমানলৈকে ৭১ টা কৰ'না ভাইৰাছত আক্ৰান্ত হোৱা ঘটনা পৰিলক্ষিত হৈছে

তাৰে দিল্লীত চাৰিটা আৰু অন্য ৰাজ্যৰপৰা সৰ্বমুঠ ৭২৭ টাঘটনা পৰিলক্ষিত হৈছে আৰু বিশ্বজুৰি সৰ্বাধিক ৫ লাখ ৩১ হাজাৰতকৈও বেছি লোক কৰ'নাৰ কবলত পৰিছে ৷তাৰে ভিতৰত ২৪ হাজাৰ লোকৰ মৃত্যু হৈছে কিন্তু সুখবৰযে এতিয়ালৈকে ১ লাখ ২৩ হাজাৰতকৈ বেছি লোক কৰ'নাৰ পৰা বিজয় লাভ কৰিবলৈ সক্ষম হৈছে ৷

ভাৰতৰ চৰকাৰ স্বাস্থ্য বিভাগৰ তথ্য মতে ১৬ জনৰ মৃত্যু হৈছে আৰু ৪৪ টা ঘটনা পৰিলক্ষিত হৈছে ৷ ভাৰতৰ সৰ্বমুঠ

কৰ'না সংক্ৰমিত লোকৰ সংখ্যা ৬৯৪ জন তাৰে মুম্বাইত ৬৫ বছৰীয়া দুগৰাকী , জম্মুকাশ্মীৰত ৬৫ বছৰীয়া , গুজৰাটত ৭০ বছৰীয়া , এম পি ত ৩৫ বছৰীয়া যুৱক এগৰাকী আৰু ৰাজসভাত ৭৩ বছৰীয়া এগৰাকী বৃদ্ধ লোকৰ মৃত্যু হৈছে কবলৈ গ'লে সৰহ সংখ্যা বৃদ্ধ লোকৰে কৰ'নাৰ আক্ৰমণত মৃত্যু হবলগা হৈছে ৷ 

মহাৰাষ্ট্ৰত ১৩০ জন , কৰ্ণাটকত ৫৫ জন , তেলেংগানাত ৪৫ জন , গুজৰাটত ৪৪ জন , নতুন দিল্লীত ৪৯ জন , কেৰেলাত সৰ্বাধিক ১৩৭ জন কৰ'না ৰোগী পোৱা গৈছে ৷

স্বাস্থ্য বিভাগৰ সংযুক্ত সচিব  নৱ আগৰৱালে কৈছে যে " কৰ'না সংক্ৰমণৰ সংখ্যা বাঢ়িছে আছে যিদৰে বাঢ়িছে সেয়া অপেক্ষাকৃত স্থিৰ হৈ আছে সেইয়াতো মাত্ৰ  প্ৰাৰম্ভিক

ট্ৰেড হয় ইয়াৰ ওপৰত কিছু বেছি কবও নোৱাৰি "৷

গতিকে তেখেতে কৰ'না ভাইৰাছৰ প্ৰসাৰণ ৰখাবলৈ , ধনাত্মক ৰিজাল্ট পোৱা সকলৰ সম্পৰ্কৰ

 পৰিক্ষা কৰিবলৈ আৰু তাৰ লগত সম্বন্ধীত সকলো লোকৰ প্ৰতি দৃষ্টিগোচৰ কৰিবলৈ এটা দীঘলীয়া সময়ৰ 

প্ৰয়োজন গতিকে প্ৰধানমন্ত্ৰীৰ দ্বাৰা ঘোষিত লকডাউন

এইক্ষেত্ৰত অতি মহত্ত্বপূৰ্ণ গতিকে আমি লকডাউন মানি চলা উচিত পৰাপক্ষত ঘোষিত চৰ্তখিনিৰ মতে আমি ২১ দিনলৈ ঘৰৰ ভিতৰত থাকিব লাগিব কৰ'নাৰ মহামাৰীৰপৰা ৰক্ষা পাবলৈ এইয়াই একমাত্ৰ ৰাস্তা লগতে

চাবোনৰে হাত ধোৱা , মাক্স পিন্ধা , জনসমাগমৰপৰা দুৰত থকা আদি যিমানবোৰ নিয়ম আছে সকলোৱে মানি চলিব এয়া " অসমীয়া সাহিত্যৰ চানেকি " তৰফৰপৰা অসমবাসীলৈ বিশেষ অনুৰোধ থাকিল ৷

📝দুলাল ৰবিদাস 





Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)