অনুভূতি

©Admin
0

কিনকিনিয়া বৰষুণজাকে
বাৰে বাৰে মোক তিয়াই দিয়ে
মনৰ বাকৰিত জীপাল হয়
এমুঠি মিঠা শিহৰণ

নষ্টালজিক হওঁ
জীৱনৰ বসন্তবোৰ কাহানিবাই হেৰাল
দুৰ্বাৰ হেপাহবোৰ আকৌ জাগে
মাতাল প্ৰেমিক হোৱাৰ

আবতৰীয়া বৰষুণজাকত
দেহাৰ নোমবোৰ শিয়ঁৰি উঠে
এবুকু উষ্ণতাৰ পয়োভৰত
কাল্পনিক অনুভূতিবোৰে 
জোনাকৰ মেলা পাতে ।

 📝টোলন তছা


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)