নিজম নতুন বাট

©Admin
0

সোণাৰু ফুলিয়া বেলিটো
আকাশৰ পৰা ঘপহকৈ
সৰি পৰিল 
দুপৰীয়াৰ এজাক ঘূৰ্ণি বতাহ
এখন জিভাৰ পৰা
বেলিটো সৰি পৰা ঠাইখিনিত
ঈশ্বৰ ৰৈ আছিল 
সমুখত আছিল এটা
নিজম নতুন বাট ।

📝সৌৰভ কুমাৰ বৰুৱা
    উঃ লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)