বেবেৰিবাং

©Admin
0
২০২১ চন, অসমৰ প্ৰতিটো সমষ্টিত মিঠা আমৰ বেপাৰী, মিঠা আমৰ ফেৰীৱালাৰে ভৰি পৰিছে । 
ফেৰীৱালা- মিঠা আম লাগিব নেকি ! মিঠা আম ? আহক আহক ৰাইজ মিঠা আম লৈ যাওক ।
নগেন- মিঠা আম মোক নালাগে । টেঙা আম আছে যদি দে ।
ফেৰীৱালা- দাদা ! টেঙা আম নাই । মিঠা আমকে লৈ যাওক ।
নগেন- নাই নেলাগে । টেঙা আমহে লাগে ।
ফেৰীৱালা- দাদা ! মিঠা আমকে লৈ যাওক । কেইদিনমানৰ পিছত এনেয়ে টেঙা হৈ যাব, চিন্তাই নকৰিব । টেঙা হ'বই হ'ব ।😂😂😂


          📝 সৌৰভ কুমাৰ বৰুৱা
                 উঃ লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)