মহৎ বিচাৰ

©Admin
0

১ / অতি শীঘ্ৰে পৰাজয় বৰণ নকৰিবা

কিজানিবা সফলতাই তোমাৰ আৰু এটা

প্ৰচেষ্টালৈ অপেক্ষা কৰি আছে ৷



২ / তুমি কেতিয়াও তোমাৰ দুখত দুখী নহবা

আনৰ দুখত দুখী হোৱা পৰম সুখৰ প্ৰাপ্তি হব ৷


৩ / ভাল কথা পঢ়িবা তেহে ভাল কথা 

কব পাৰিবা ৷


৪ / এটা ভাল চৰিত্ৰৰ নিৰ্মাণ কঠোৰ পৰিশ্ৰমৰ 

ফলতেহে হয় ৷


৫ / জ্ঞানত পুঁজি লগালে অতিমাত্ৰা লাভ হয় ৷


৬ / ধনী ব্যক্তি হোৱাৰ আগতে এজন ভাল ব্যক্তিত্বৰ

অধিকাৰী হোৱা ৷


৭ / যিমান গভীৰ তোমাৰ জীৱন নিশা হব

সিমানে সুন্দৰ ৰাতিপুৱা হব ৷


৮ / জীৱনত কেতিয়াও নিৰাশ নহবা

কোন জানে অহাকালি তোমাৰ বাবে শুভ দিন হবপাৰে ৷


৯ / অনুভৱৰ জুইশলাত যিয়ে নিজকে তপতাই

সিয়েই সময়ত সোণৰ সমান মূল্য পাই ৷


১০ / টকাৰ লগত আশিৰ্বাদো আৰ্জিবা সময়ত

য'ত টকাৰ প্ৰয়োজন নহব তাত সেই আশিৰ্বাদৰ 

ধনেই সহায় কৰিব ৷


মহৎ বিচাৰখিনি যদি আপুনি মূল্যৱান বুলি ভাৱিছে তেনেহলে ইয়াৰ লাভালাভ আপোনাৰ প্ৰিয়জনকো দিয়ক ৷

ভাগ বতৰা ( শেয়াৰ ) কৰিব ৷


📝দুলাল ৰবিদাস 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)