ঠাৰি ছিঙা স্মৃতি

©Admin
0
জলপ্ৰপাতৰ দৰে একেৰাহে
নিগৰি নিগৰি আহে
এৰি অহা দিনবোৰৰ 
সেউজী কোমলীয়া বহু স্মৃতি

গছৰ হালধীয়া
ঠাৰি ছিঙা পাত হৈ দেখোন
অ'ত ত'ত আছে পৰি
অজস্ৰ ৰঙীন সপোনৰ লানি ।


📝 টোলন তছা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)