প্ৰেম

Rinku Rajowar
0

প্ৰেম হৃদয়ৰ অনুভৱৰ ভাষা

ইয়াক পোৱাৰ সকলোৰে আশা,

মানুহ কেৱল প্ৰেমৰ ভিক্ষাৰী

তথাপি মানুহ প্ৰেমৰ ঘোৰ পূজাৰী,

প্ৰেম অবিহনে মানুহ অন্ধকাৰ

প্ৰেম স্বৰ্গৰ অমৃতৰ অৱতাৰ,

প্ৰেম প্ৰেম বুলি মানুহ বলিয়া

তথাপি নাপাই বিচাৰি প্ৰেমক আগতীয়া,

বিশাল আকাশৰ দৰে,গভীৰ সাগৰৰ দৰে

পৱিত্ৰ গংগাৰ দৰে,তাপমান অগ্নিৰ দৰে,

এনে প্ৰেমক বিশ্বাস কৰে অৰ্থহীন,মূল্যহীন ভাষাৰ দৰে।

📝 শিৱাংগী





Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)