নুসুধিবা মােক

©Admin
0
নুসুধিবা মােক কেনে আছা বুলি
সুধি কি কৰিবা 
প্ৰয়ােজন আছেনে ?
তুমি, তুমি হৈয়ে থাকা ৷

মই, মই হৈ থকাই ভাল  
এতিয়া, মই এনেকৈয়ে সুখী 
চেচাঁ মৰম কিহৰ বাবে 
দুখকে, সুখ কৰি ল'লাে ৷

সেয়েহে
নুসুধিবা মােক 
কেনে আছা বুলি ॥

 📝 কবি : মীনা পামে গাম 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)