কৰুণা ভাইৰাচৰ বতৰ

©Admin
0
ফাগুণৰ বতাহ জাকে
আনিছে বহু আশাৰ বতৰা
কিন্তু হঠাৎ,
মনলৈ আহে সেই কৰুণা 
ভাইৰাছৰ আতংকৰ কথা 

তেতিয়াই যেন স্তব্ধ হৈ যায়
সেই ফাগুণৰ 
ৰিণি ৰিণি মলয়া,
ফাকুৱাৰ পৰম্পৰাইয়ো যেন
আমাক দিব পৰা নাই
আনন্দৰ সুঁফোৰা।

 
  📝 ৰিণ্টু কুৰ্মী 
কুৰুৱাবাহী গোলাঘাট


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)