প্ৰকৃতি

Rinku Rajowar
1
কাহিলী পুৱাৰ শীতল বা জাকে
আলফুলে চুই গল
সমগ্ৰ সত্বা,
কজলা বৰণ লোৱা আকাশখনে
লৈ আহিল বৰষুণৰ বতৰা ।
ৰুনঝুন নূপুৰ পিন্ধি অহা
টোপ টোপ্ বৰষুণ জাকে
ধুৱাই দিলে নিমিষতে মনৰ সকলো অৱসাদ ।
আহ ! কি যে সুন্দৰ এই প্রকৃতি, 
আৰু ঈশ্বৰৰ অনুপম সৃষ্টি ।

📝ডঃ কুঞ্জলতা গগৈ

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment