পাৰিবি জানো নাশিব

Rinku Rajowar
0
কেব,কা, এতিয়া.......
কৰ'না ,শান্তা    !!
আই , এই অষ্টই ছাগে
দেহৰ অৱৰ্জনা
আতৰাব খুজিছ নহয় ।
সচাকৈ সিহঁতৰ 
উখনা উখনিবোৰত
তই জৰৰৌৱা হৈ পৰিছ ।
তথাপিও আই লাচিত হৈ
ব্ৰজনিনাদেৰে আহিছে ওলাই
হাজাৰ হাজাৰ ৰণুৱা
তোৰ সতে যুজিঁবলৈ ।
পাৰিবি জানো আই 
নাশিবলৈ সিহঁতক 
হব জানো পৰিস্কাৰ 
দেহৰ অৱৰ্জনা ।

📝হেমন কুমাৰ চাচনী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)