আমাৰ চিনাকী

Rinku Rajowar
0
কিছু দিনৰ পূৰ্বে আমাৰ প্ৰথম চিনাকী এফ বিত
নাম ঠিকনা Exchange ম'বাইল নম্বৰ।

নাজানো মই তোমাৰ লগত যেতিয়াৰ পৰা চিনাকী হ'লো।

সচাকৈ তোমাৰ বাবে ব'লিয়া কিয় হ'লো।

মোৰ এনে লাগিল যেন আমাৰ চিনাকী বহু দিনৰ আগতে হ'ল।

মোৰ আশা মোৰ ভৰষা সকলো তোমাতেই শপি দিলো।
লাহে লাহে মই তোমাৰ 

প্ৰেমত মগ্ন হ'লো।
তোমাৰ প্ৰেমত মগ্ন হৈ মই

হ'লো এজন প্ৰেমিক কবি।
লিখিবলৈ আৰম্ভ কৰিলো 

প্ৰেমৰ নষ্টালজিক কবিতা।

আৰু মোৰ কবিতাৰ প্ৰেমত পৰিলা তুমি।

মই তোমাক কিমান ভাল পাঁও বুজাব নোৱাৰো।

দেখুৱাব নোৱাৰো হনুমানৰ দৰে বুকু ফালি।

ৰক্ত মোৰ হৃদয় স্তব্ধ মোৰ উসাহ।

নোৱাৰো পাহৰিব তোমাক
থাকিব বিচাৰো তোমাৰ হৈ।

আমাৰ চিনাকী যেন আজন্ম হৈ ৰওক যুগ্ম জীৱন।

হৈ ৰোৱা তুমি মোৰ মাথো মোৰ।

বিচাৰো মাথো আজীৱন তোমাক।
💐💐💐🌹🌹

📝দ্বীপ দীপাঙ্কৰ লাহন 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)