আপোনাৰ আজিৰ দিনটো

©Admin
0
 
শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:                   
৮ চ'ত , ৰবিবাৰ,ইং ২২মাৰ্চ ২০২০। 
সূৰ্য্যোদয় ঘ:৫/২৬/৩২সূৰ্য্যাস্ত ঘ:৫/৩৩/২১

ৰাশি -  কুম্ভ ৰাশি।
তিথি - কৃষ্ণা ত্ৰযোদশী । ঘ: ১০/৭/২৭ লৈ।
নক্ষত্ৰ  - শতভিষা নক্ষত্ৰ, ৰা: ঘ:  ১০/২৭/১১ লৈ।
আদ্যঋতু হলে - দুৰ্ভগা  যোগ, 
যাত্ৰা - দক্ষিণ দিশত নাই । ঘ: ১০/৭/২৭ যোৱাত পশ্চিম দিশত নাই।
যোগিনী - দক্ষিণ দিশত  । ঘ: ১০/৭/২৭ যোৱাত পশ্চিম দিশত ।
মৰণত দোষ - এপদ,।ঘ ১০/৭/২৭ যোৱাত দ্বিপদ।
ভক্ষাভক্ষ্য -  আমিষ আৰু বেঙেনা খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, গৃহ আনন্দ বাঢ়িব, যদিও সামান্য ব্যয় বৃদ্ধিৰ যোগ দেখা যায়।

২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ, আয় বৃদ্ধি হব, যদিও মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা ভংগ হব পাৰে, লগতে ব্যয় বৃদ্ধিৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব, সুখ লাভ হব, লগতে প্ৰেমৰ শুভ যোগ দেখা যায় ।

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  ধন আগমণ বাঢ়িব , লগতে প্ৰেম আৰু কৰ্মত শুভ যোগ দেখা যায়।

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যা সমাধান হব, যদিও ব্যয় বাঢ়িব লগতে সজাগ নহলে মিচা অপৱাদ পোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সঞ্চয় বাঢ়িব, মোকৰ্দ্দমাত জয় লাভ হব, লগতে আয় বৃদ্ধিৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব, কৰ্মত উন্নতি হব যদিও পিতৃ মাতৃ শৰীৰত সামান্য ৰোগ বৃদ্ধিৰ যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্মত ন্যায় পাৱ, সাহস বাঢ়িব যদিও মনত সামান্য অশান্তি বৃদ্ধিৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত এলাহ বাঢ়িব,  শিক্ষক সকলৰ সামান্য কষ্ট বাঢ়িব পাৰে লগতে কৰ্মত বিভ্ৰান্তি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত মনৰ উৎসাহ হ্ৰাস হব, যদিও আয় বাঢ়িব লগতে মনৰ আশা পুৰণ হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ, যদিও ভ্ৰমনত বাধা আহিব, লগতে সামান্য এলাহ বৃদ্ধিৰ।যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
   জ্যোতিষী 

 📝 শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
     নৱগ্ৰহ জ্যোতিষালয়            
     জালুকাৰী , গুৱাহাটী -১৪
     যোগাযোগ-৯১০১০৯৬৪৮১

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)