মহৎ বিচাৰ

©Admin
0



১/ মনোবাঞ্ছাক দুৰ্বল কৰে
 নিদ্ৰাইলক্ষ্য প্ৰাপ্তিত
 মহা শত্ৰু এই নিদ্ৰাই ৷

২/ দুখৰ দিন আহিলেও 

মুখৰ হাঁহি নেহেৰুৱা ৷


৩ / সুখময় জীৱন সেইজনে জীয়াই

যিজনে আনৰ অহিত চিন্তা নকৰে ৷


৩ / আপুনি জীয়াই থকা জীৱন

কাৰোবাৰ বাবে সপোন হব পাৰে ৷


৪/ আপোনাৰ এষাৰ মিঠা মাতে

কাৰোবাক সান্ত্বনা দিব পাৰে ৷


৫/ উন্নতিৰ এটাই মাথা পথ আছে

উভতিবলৈ চেষ্টা নকৰিব ৷


৬/ বেয়া বন্ধুৰ সৈতে থকাতকৈ

অকলসৰীয়া থকাই ভাল ৷


৬/ যাত্ৰাৰ আনন্দ লব বিচাৰে যদি

লগত বস্তু কমকৈ ৰাখিব

জীৱনৰ আনন্দ লব বিচাৰে যদি

মনত ইচ্ছা কমকৈ ৰাখিব ৷


৭/ ভুল তাকে কয় যিটোৰ পৰা

আপুনি একো নিশিকিলে ৷


৮/ ধনত ডাঙৰ মানুহ হোৱাৰ আগতে

মনৰ ডাঙৰ মানুহ হোৱাতো বাঞ্ছনীয় ৷


৯/ কেতিয়াবা মৌন থকাই উত্তম ৷


১০/ প্ৰেম হৈছে লক্ষ্য পথৰ বাধা

কিন্ত কেতিয়াবা প্ৰেমেই যোগাই প্ৰেৰণা ৷


এই উত্তম বিচাৰেৰে দিনটোৰ শুভাৰম্ভ কৰক

বন্ধুৰ সৈতে এই বিচাৰ ভাগ বতৰা কৰক 


📝দুলাল ৰবিদাস



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)