তন্দ্ৰালী নিশা

©Admin
0
মোক চিকুটি নাচাবা
দৰিকণা মাছকিটাই
আওৰাই দিব
কুঁহিপাত কুমলিয়া
গছৰ আগত  |
বেকাজোনে আকাশ সাগৰত
ঢৌখেলা নাওখনত
হাজাৰ তন্দ্ৰালী নিশাত
লুকাভাকু খেলে  |
নিতাই ধুবুনীৰ
পিৰাৰ তলত
চেলকণা মাছেও
এবাৰ জুকাই চাই  |
ঢোলবাই ক'ত ৰতনপুৰত
খোলবাই ক'ত ৰতনপুৰত  |

   
📝 হেমেন হাজৰিকা (মিৰ্জা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)