আজিৰ আপোনাৰ দিনটো ০১ এপ্ৰিল ২০২০

Rinku Rajowar
0
🙏দৈনিক ৰাশি ফল 🙏

🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                       ১৮চ'ত , বুধবাৰ,ইং ১ এপ্ৰিল ২০২০। 
সূৰ্য্যোদয় ঘ:৫/১৫/৪০সূৰ্য্যাস্ত ঘ:৫/৩৭/৫২

ৰাশি - মিথুন ৰাশি। 
তিথি - শুক্লা অষ্টমী ।ৰা: ঘ: ৩/৪০/৪১ লৈ।
নক্ষত্ৰ  - আদ্ৰা নক্ষত্ৰ, ৰা: ঘ:৭/৩৯/৪১ লৈ।
আদ্যঋতু হলে - কান্তা যোগ, 
যাত্ৰা - ঈশান কোনত নাই ।ৰা:ঘ: ৩/৪০/৪১ যোৱাত পূৱ দিশত নাই।
যোগিনী - ঈশান কোনত  ।ৰা:ঘ: ৩/৪০/৪১ যোৱাত পূৱ দিশত ।
মৰণত দোষ - নাই,। ৰা:ঘ:৭/২৯/৪১যোৱাত দ্বিপদ।
ভক্ষাভক্ষ্য - আমিষ, নাৰিকল খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য অশান্তি বাঢ়িব, লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধিৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য ভয় বৃদ্ধি হব পাৰে, লগতে সজাগ নহলে ক্ষতি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক প্ৰতিস্থা লাভ কৰিব, কৰ্মত উন্নতি হব যদিও সামান্য জতিলতা বৃদ্ধিৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব,  যদিও মনত   সামান্য অশান্তি বৃদ্ধি হব পাৰে, লগতে সমস্যা বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  মনত অভিমান খং বাঢ়িব পাৰে, যদিও সাহস বৃদ্ধিৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  শুভ সংবাদ লাভ কৰিব, শত্ৰু হানি হব,লগতে সাংবাদিক সকলৰ শুভ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত বন্ধুৰ সহায় লাভ কৰিব,লগতে ব্যৱসায়ত শুভ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বুদ্ধি বৃদ্ধি হব, কৰ্মত সফল হব, লগতে বন্ধু লাভ হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য বিৰোধ হব পাৰে,  মাতৃৰ শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, লগতে আজি দিনটোত সজাগ হোৱা ভাল।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, কৰ্মত সহায় লাভ কৰিব, যদিও নিৰাশা বৃদ্ধিৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত ধন মান লাভ হব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি হব পাৰে লগতে মনত সামান্য দু:চিন্তা বৃদ্ধিৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব যদিও সামান্য ব্যয় বৃদ্ধিৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪
ফোন নং- 9101096481

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)