দিয়াচলাই

©Admin
0
আকাশখন ওন্দোলাইছে
হয়টো এটা
বিস্ফোৰণ হ'ব ৷
আকাশ, মাটি,আৰু মানুহৰ
সংঘৰ্ষ হ'ব বুলি
উৰা বাতৰি এটা
বতাহত বিয়পি পৰিছে ৷
এতিয়া
কৃষকৰ শ্ৰমে হঁহাৰ বতৰ
পথাৰৰ হাঁহিত
কৃষকে শান্তিৰে
টোপনী মৰাৰ সময়  ৷
এই সময়ত যদি
বতাহত জুই লাগে
পথাৰ,কৃষক আৰু মাটিৰ
চকুলো শুকাব  ৷

          হেমেন হাজৰিকা
                   মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)