Home সৌৰভ কুমাৰ বৰুৱা সীমা সীমা person©Admin March 14, 2020 0 share আজি বহু বছৰে মোৰ পাৰ বিলাকমই খুন্দিয়াই আছোজানোচা পাৰলৈ উঠিবিয়পি যাব পাৰো !পাৰৰ শৈলত খুন্দিয়াইবিস্তৃতি বিচাৰি ফুৰাপিছে মইতোমহাসাগৰ নহয় ।মোৰ পাৰৰ শিলবোৰদেখোন প্ৰতিক্ৰিয়াহীন ।আবদ্ধতাই হয়তোমোৰ সীমা । 📝 সৌৰভ কুমাৰ বৰুৱা উঃ লখিমপুৰ Tags কবিতাসৌৰভ কুমাৰ বৰুৱা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ