সুখ শান্তি

Rinku Rajowar
0
সুখ শান্তি বিচাৰি ক'ত ক'ত যেন
আমি ঘূৰি নোফুৰিছো কিয়
আচলতে ক'ব গলে শান্তি আৰু সুখ
এক উৰি ফুৰা পখিলাৰ দৰে
ইয়াক যিমানে ধৰিব চেষ্টা কৰা হয়
সিমানে দূৰ হৈ থাকিব
যেতিয়া এইবোৰৰ পৰা আমনি পায়
এটা নিৰ্দিষ্ট মুদ্রাত ৰৈ দিয়ে
তেতিয়া এই সুখ আহি তোমাৰ
কাণত পৰিব সুখ নিজৰ ওচৰতে থাকে
যাক আমি অনুভৱ কৰিব লাগে 
সদায় ভাল উদ্দেশ্যেৰে কাম কৰিলে সুখ নিশ্চয় হব ।

📝 দিব্যজ্যোতি তাঁতী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)