স্তব্ধ জনজীৱন

Rinku Rajowar
0
সময় গতিশীল,গতিশীল মানুহ
গতিশীল  পৃথিৱীৰ বিচিত্ৰ ধৰণৰ  স্তব্ধ জনজীৱন।
কাৰো যেন ভাবিবলৈ সময় নাই।
পাবলৈ নাই নিস্বাৰ্থ মানুহ।
হিয়াৰ মাজত একুৰা বিষাদৰ বেদনা।
কাক লৈ ভাবিম জীৱনৰ প্ৰথা।
পৃথিৱী খন নিষ্ঠুৰ নেকি
নিষ্ঠুৰ নেকি ভগৱানৰ কল্পনা।
সমগ্ৰ জগত ভৰি আছে 
অন্যায়,অবিচাৰ 
ধৰ্ষন,লুণ্ঠন,লুঠৰাজ।
তাতেই জীয়াই আছো মাথো
এটি ক্ষুদ্ৰ জীৱন লৈ।
মৰম শ্ৰদ্ধা ভক্তি ক'ত আছে আজি।
ক'ত আছে ঈশ্বৰ।
আই অসমী আজি বিপদ মুখে কৰিছে যাত্ৰা।
স্তব্ধ জনজীৱনৰ নিস্তব্দ উসাহ।
জীৱন আজি বৰ অস্থিৰতা।

📝দ্বীপ দীপাঙ্কৰ।
ৰাজুল হাজৰিকা।
চেন্নাই,তামিল নাডু।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)