সেউজীয়া ৰং

©Admin
0
পাহাৰ ভৈয়াম সেউজীয়া
পৃথিৱীখন সেউজীয়া
আৰু সেউজীয়া বন
আমাৰ চাৰিওফালে 
সেউজীয়া
আৰু গাঁও ঘৰৰ ৰং
সেউজীয়া অসম
আৰু অসমীয়াৰ মন
শাৰী শাৰী চাহৰ বাগান
অতি মনোৰম
সেউজীয়া ৰঙেৰে
ভৰা আমাৰ জীৱন ৷৷

📝গুণাৰাম ৰবিদাস                                             সপ্তম শ্ৰেণী                                              নুমলীগড় হাইস্কুল

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)