তোমাৰ জন্ম চীনত
তুমি যে ইমানেই ভয়ানক
সদায়ে তুমি বাঢ়ি আছা
দিনক দিনে
নাই কোনো
তোমাৰ সমাধান
নাই তোমাৰ দৰৱ
তুমি যে ইমানেই মাৰাত্মক
কি হব ভৱিষ্যতত ৷
📝উদিত নাৰায়ণ ৰবিদাস নৱম শ্ৰেণী নুমলীগড় হাইস্কুল
তোমাৰ জন্ম চীনত
তুমি যে ইমানেই ভয়ানক
সদায়ে তুমি বাঢ়ি আছা
দিনক দিনে
নাই কোনো
তোমাৰ সমাধান
নাই তোমাৰ দৰৱ
তুমি যে ইমানেই মাৰাত্মক
কি হব ভৱিষ্যতত ৷
📝উদিত নাৰায়ণ ৰবিদাস নৱম শ্ৰেণী নুমলীগড় হাইস্কুল
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ