আজিৰ আপোনাৰ দিনটো

©Admin
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                                     
১৪ বহাগ ,সোমবাৰ,ইং ২৭এপ্ৰিল ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৫৬/৪৭সূৰ্য্যাস্ত ঘ:৫/৪৪/৩১

ৰাশি - বৃষ ৰাশি। ঘ:৯/৫০/৪৭ যোৱাত মিথুন ৰাশিলৈ।
তিথি - শুক্লা চতুৰ্থী।ঘ:১১/৩৪/৪১ লৈ।
নক্ষত্ৰ  - মৃগশিৰা , ৰা:ঘ: ১০/১/৪০ লৈ।
আদ্যঋতু হলে - পতিহিতা যোগ।
যাত্ৰা - নৈঋত কোনত  নাই । ,ঘ:১১/৩৪/৪১ যোৱাত দক্ষিণ দিশত নাই।
যোগিনী -  নৈঋত কোনত  । ,ঘ:১১/৩৪/৪১ যোৱাত দক্ষিণ দিশত ।
মৰণত দোষ -  নাই।
ভক্ষাভক্ষ্য -  মুলা,বেল খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  আনৰ সহায় লাভ কৰিব,স্বাস্থ্যৰ উন্নতি হব, যদিও কৰ্মত সামান্য জতিলতা  হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন লাভ হব, মৰম লাভ হব যদিও সামান্য শৰীৰত ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা য়ায।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  সঞ্চয় বাঢ়িব, প্ৰেম আৰু কৰ্মত শুভ, লগতে কৰ্মত সহায় লাভৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত সন্মান লাভ হব, যদিও বিবাদৰ পৰা আতৰি থাকিব।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ লাভ হব যদিও মনত সামান্য ভয় বৃদ্ধিৰ লগতে ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সহায় লাভ হব, লগতে ধন মান লাভ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি  জাতক জাতিকা সকলৰ আজিৰ  দিনটোত ব্যৱসায়ত শুভ, কৰ্ম প্ৰাপ্তি হব, যদিও সামান্য ব্যয় বৃদ্ধিৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  যশস্যা বৃদ্ধি হব, ধন আগমন হব যদিও মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আয় বাঢ়িব, ঐশ্বৰ্য্যলাভ হব, যদিও সামান্য আত্মীয়ৰ ক্লেষ বৃদ্ধিৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, কৰ্মত নতুন যোগাযোগ হব, যদিও চোৰৰ পৰা সাৱধান হব।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত শুভ সংবাদ লাভ হব যদিও দেহ মনত সামান্য কষ্ট পাৱ পাৰে লগতে সজাগ নহলে বুদ্ধি ভষ্ট হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ লাভ হব, বুদ্ধি বৃদ্ধি হব,  যদিও সামান্য ৰোগে কষ্ট দিব পাৰে।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                  জালুকবাৰী, গুৱাহাটী -১৪


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)