আপোনাৰ আজিৰ দিনটো

©Admin
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                                     ১৫ বহাগ, মঙ্গলবাৰ,ইং ২৮এপ্ৰিল ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৫৬/৫সূৰ্য্যাস্ত ঘ:৫/৪৪/৫৩

ৰাশি -  মিথুন ৰাশিলৈ।
তিথি - শুক্লা পঞ্চমী।ঘ:১১/২৮/৪৪ লৈ।
নক্ষত্ৰ  - আৰ্দ্ৰা , ৰা:ঘ: ৯/৫৪/৫৫ লৈ।
আদ্যঋতু হলে - কান্তা যোগ।
যাত্ৰা - দক্ষিণ দিশত নাই । ,ঘ:১১/২৮/৪৪ যোৱাত পশ্চিম দিশত নাই।
যোগিনী -  দক্ষিণ দিশত  । ,ঘ:১১/২৮/৪৪ যোৱাত পশ্চিম দিশত ।
মৰণত দোষ - এপদ।ৰা:ঘ:৯/৫৪/৫৫ যোৱাত ত্ৰিপদ।
ভক্ষাভক্ষ্য -  নিম তিতা, বেল খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শিল্পী সকলৰ শুভ, যদিও সামান্য অৰ্থৰ অভাৱ হব পাৰে লগতে কৰ্মত সামান্য জতিলতা হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি   জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম অৰু কৰ্মত শুভ, ব্যৱসায়ত শুভ, লগতে ঋণ আদায় হোৱাৰ যোগ দেখা য়ায।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক শুভ, আত্মীয়ৰ সুখ বাঢ়িব,যদিও সামান্য চিন্তা বৃদ্ধিৰ  যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ, যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধিৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব , আৰ্থিক উন্নতি হঢ, লগতে মনত উৎসাহ  বৃদ্ধি হোৱাৰ যোগ দেখা যায।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ হব, লগতে প্ৰেম আৰু কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি  জাতক জাতিকা সকলৰ আজিৰ  দিনটোত দ্ৰব্য লাভ হব, সম্পদ লাভ হব, যদিও কৰ্মত সামান্য জতিলতা হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  বন্ধুৰ সহায় লাভ হব যদিও সজাগ নহলে সামান্য দেহ মনত দু:খ  পোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন আছনি গ্ৰহণ হব, যদিও মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শুভ চিন্তাৰ উদয় হব, যদিও অভিমান কৰিলে কষ্ট পাৱ পাৰে, লগতে শত্ৰুতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত অৰ্থ লাভ হব, ৰোগাৰোগ্য হব, যদিও দাম্পত্য সামান্য বিবাদ হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আনৰ সহায় লাভ হব, লগতে কৰ্মত সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                  জালুকবাৰী, গুৱাহাটী -১৪


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)