আজিৰ আপোনাৰ দিনটো ০৩ এপ্ৰিল ২০২০

Rinku Rajowar
0
🙏দৈনিক ৰাশি ফল 🙏

🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                       ২০চ'ত , শুক্ৰবাৰ,ইং ৩এপ্ৰিল ২০২০। 
সূৰ্য্যোদয় ঘ:৫/১৩/৪৩সূৰ্য্যাস্ত ঘ:৫/৩৮/৫৩

ৰাশি - কৰ্কট ৰাশি। 
তিথি - শুক্লা দশমী ।ৰা:ঘ: ১২/৫৮/৪৫ লৈ।
নক্ষত্ৰ  - পুষ্যা নক্ষত্ৰ, ৰা: ঘ:৬/৪১/৩০ লৈ।
আদ্যঋতু হলে - কান্তা যোগ।
যাত্ৰা - উত্তৰ দিশত নাই ।ৰা:ঘ: ১২/৫৮/৪৫ যোৱাত অগ্নি কোনত নাই।
যোগিনী -  উত্তৰ দিশত  ।ৰা:ঘ: ১২/৫৮/৪৫ যোৱাত অগ্নি কোনত ।
মৰণত দোষ - নাই ।
ভক্ষাভক্ষ্য -  কলমৌ, উৰহী খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ, আনৰ সহায় লাভ কৰিব, লগতে যশস্যা লাভৰ যোগ দেখা যায়।

২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ, লগতে চঞ্চলতা বৃদ্ধিৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আয় বাঢ়িব, ধন মান লাভ হব যদিও সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ হব, যদিও সামান্য ব্যয় বাঢ়িব, লগতে সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায় ।

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য বাধা হব পাৰে লগতে ব্যয় বৃদ্ধিৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য বিৰোধ হব পাৰে, যদিও প্ৰেমত শুভ,  লগতে হঠাৎ পাপ্তিৰ যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত ধন আগমন বাঢ়িব, যশস্যা বাঢ়িব, লগতে শিল্পী সকলৰ শুভ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব আৰু কৰ্মত উন্নতি হব, লগতে মনত আনন্দ বৃদ্ধিৰ যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শিক্ষক সকলৰ সামান্য দু:খ পাৱ পাৰে, সজাগ নহলে অপমান পাৱ পাৰে যদিও কনিষ্ঠ সকলৰ পৰা শান্তি পোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰত সামান্য ৰোগ বৃদ্ধি হব পাৰে,লগতে মনত সামান্য অশান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত  আয় বাঢ়িব, আৰ্থিক উন্নতি হব, যদিও মনত সামান্য হতাশা বৃদ্ধিৰ যোগ দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনটো সামাজিক হব যদিও সামান্য এলাহ বৃদ্ধিৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪
ফোন নং-9101096481

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)