আজিৰ আপোনাৰ দিনটো ১৭ এপ্ৰিল ২০২০

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                       ৪ বহাগ ,শুক্ৰবাৰ,ইং ১৭এপ্ৰিল ২০২০। 
সূৰ্য্যোদয় ঘ:৫/৪/৪৩সূৰ্য্যাস্ত ঘ:৫/৪০/৩২

ৰাশি - মকৰ ৰাশি। আ:ঘ: ৪/২৪/৪১ যোৱাত  কুম্ভ ৰাশি। 
তিথি - কৃষ্ণা দশমী।ৰা:ঘ: ১০/১/৯লৈ।
নক্ষত্ৰ  - ধনিষ্ঠা , অহোৰাত্ৰ।
আদ্যঋতু হলে - সুভগা যোগ।
যাত্ৰা - উত্তৰ দিশত নাই। ৰা: ঘ: ১০/১/৯ যোৱাত অগ্নি কোনত নাই ।
যোগিনী - উত্তৰ দিশত । ৰা: ঘ: ১০/১/৯ যোৱাত অগ্নি কোনত ।
মৰণত দোষ -  নাই।
ভক্ষাভক্ষ্য - ওৰহী, কলমৌ খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ হব, ধন মান লাভ হব, লগতে সন্মান বৃদ্ধিৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্য দিশত মনোনিবেশ হব, বিবাদ নিস্পত্তি হব, যদিও সজাগ নহলে সামান্য মিচা অপবাদ পোৱাৰ যোগ দেখা য়ায।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ,  মনত আনন্দ বাঢ়িব, লগতে কৰ্মত সফল হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, মনত শান্তি বৃদ্ধিৰ যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ, পাৰিবাৰিক সুখ বাঢ়িব যদিও সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ৰোগাৰোগ্য হব,  যদিও দেহ মনত সামান্য দুৰ্বলতা বৃদ্ধিৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি  জাতক জাতিকা সকলৰ আজিৰ  দিনটোত  সম্পদ লাভ হব, যদিও মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে সজাগ নহলে মিছা অপৱাদ পোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  আনৰ সহায় লাভ কৰিব, যদিও মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে সজাগ নহলে মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, সুখ বাঢ়িব, লগতে আত্মীয়ৰ আগমন  হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  মনটো সামাজিক হব, যদিও মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধিৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মৰ পৰিৱৰ্তন হব পাৰে, লগতে কৰ্মত নতুন যোগাযোগ হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ, লগতে অৰ্থ লাভৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪
ফোন নং -9101096481

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)