পঢ়া শুনা
ভালকৈ কৰিলে
ডাঙৰ মানুহ হয়
এই কথা বাইদেউৱে
মোক সদায় কয়
মামা মামীয়ে মোক কয়
ভালকৈ পঢ়িবা
তেতিয়াহে ডাঙৰ হ'লে
তুমিও জীৱন সুখেৰে কটাবা
বিদ্যালয়ত গ'লে শিক্ষকসকলে
আমাক কয় পঢ়াৰ প্ৰতি যত্ন ল'বা ৷
📝তন্ময় ৰবিদাস ষষ্ঠ শ্ৰেণী নুমলীগড় হাইস্কুল
পঢ়া শুনা
ভালকৈ কৰিলে
ডাঙৰ মানুহ হয়
এই কথা বাইদেউৱে
মোক সদায় কয়
মামা মামীয়ে মোক কয়
ভালকৈ পঢ়িবা
তেতিয়াহে ডাঙৰ হ'লে
তুমিও জীৱন সুখেৰে কটাবা
বিদ্যালয়ত গ'লে শিক্ষকসকলে
আমাক কয় পঢ়াৰ প্ৰতি যত্ন ল'বা ৷
📝তন্ময় ৰবিদাস ষষ্ঠ শ্ৰেণী নুমলীগড় হাইস্কুল
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ