আজিৰ আপোনাৰ দিনটো

©Admin
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                                     
১৬ বহাগ, বুধবাৰ,ইং ২৯এপ্ৰিল ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৫৫/২৪সূৰ্য্যাস্ত ঘ:৫/৫৪/১৬

ৰাশি -  মিথুন ৰাশিলৈ।ঘ:৩/৩০/৯ যোৱাত কৰ্কট ৰাশি।
তিথি - শুক্লা ষষ্ঠি।ঘ:১৪/৫৪/৫ লৈ।
নক্ষত্ৰ  - পুনৰ্ব্বসু , ৰা:ঘ: ৯/২২/৭ লৈ।
আদ্যঋতু হলে - কান্তা যোগ।
যাত্ৰা - পশ্চিম দিশত নাই । ,ঘ:১০/৫৩/২ যোৱাত বাযু কোনত নাই।
যোগিনী - পশ্চিম দিশত  । ,ঘ:১০/৫৩/২ যোৱাত বাযু কোনত ।
মৰণত দোষ - দ্বিপদ।ঘ:১০/৫৩/২ যোৱাত ত্ৰিপদ। ৰা:ঘ - ৯/২২/৭ যোৱাত এপদ।
ভক্ষাভক্ষ্য -  নিম তিতা, তাল  খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সৌভাগ্য বৃদ্ধি হব, যদিও মনত সামান্য কষ্ট পাৱ পাৰে, লগতে আজি কৰ্মত সতৰ্ক হব।
২. বৃষ ৰাশি - বৃষ ৰাশি   জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব লগতে সম্পদ বৃদ্ধি হোৱাৰ যোগ দেখা য়ায।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ হব, অৰ্থ লাভ হব, যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধিৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত বস্ত্ৰ লাভ হব, সন্মান লাভ হব যদিও মনত সামান্য ভয় বৃদ্ধিৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্মত সামান্য জতিলতা বাঢ়িব, মনত চিন্তা বাঢ়িব লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধিৰ যোগ দেখা যায।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন আচনি গ্ৰহণ কৰিব পাৰে, কৰ্মত সফল হব, যদিও সজাগ নহলে মিচা অপৱাদ পোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সজাগ নহলে বুদ্ধি হানি হব পাৰে, যদিও  মৰম পাৱ, লগতে প্ৰাপ্তিৰ  যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  সুখ লাভ হব, ভ্ৰমনত শুভ যদিও মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন মান লাভ হব, সুখ লাভ হব, যদিও সময় অৱাবদ ক্ষয় হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব, আত্মীয়ৰ আগমন হব যদিও মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি  জাতক জাতিকা সকলৰ আজি দিনটোত  সমস্যাৰ সমাধান হব, সঞ্চয় বাঢ়িব, কৰ্মত সফল হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ কৰ্মত সফল হব, যদিও সজাগ নহলে ধন সন্মান হানি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         জ্যোতিষী 

📝শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
    নৱগ্ৰহ জ্যোতিষালয়                                   জালুকবাৰী, গুৱাহাটী -১৪


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)