মোৰ এটা ভাইটি আছে

©Admin
0
মোৰ এটা 
ভাইটি আছে
তাৰ নাম নয়ন
সি খাই ভালপাই
সিংগৰা আৰু লালমোহন
খেলাত বৰ আগ্ৰহী
পঢ়াত নাই মন
পঢ়িবলৈ ক'লেে
টোপনি মাৰে
টিভি বা মবাইল ক'লে
জাঁপ মাৰি আহে

📝উদিত নাৰায়ণ ৰবিদাস
 নৱম শ্ৰেণী
 নুমলীগড় হাইস্কুল

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)