দৈনিক ৰাশিফল

©Admin
0

🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                                     
১১ বহাগ ,শুক্ৰবাৰ,ইং ২৪এপ্ৰিল ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৫৮/৫৪সূৰ্য্যাস্ত ঘ:৫/৪৩/২৬

ৰাশি -    মেষ ৰাশি।ৰা:ঘ: ১/৪৭/৩১ যোৱাত বৃষ ৰাশি।
তিথি - শুক্লা প্ৰতিপদ।ঘ:৮/৫১/৩৬ লৈ।
নক্ষত্ৰ  - ভৰণী , ৰা:ঘ: ৭/২৬/৫৫ লৈ।
আদ্যঋতু হলে - দু:শীলা যোগ।"
যাত্ৰা - পূৱ দিশত  নাই । ,ঘ:৮/৫১/৩৬ যোৱাত উত্তৰ দিশত  নাই।
যোগিনী -  পূৱ দিশত   । ,ঘ:৮/৫১/৩৬ যোৱাত উত্তৰ দিশত  ।
মৰণত দোষ -  নাই।ঘ:৮/৫১/৩৬ যোৱাত এপদ,ৰা:ঘ: ৭/২৬/৫৪ যোৱাত ত্ৰিপদ।
ভক্ষাভক্ষ্য -  তিতাভেকুৰী, কোমোৰা খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  প্ৰেমত শুভ, বিদ্যাৰ্থী সকলৰ শুভ, যদিও সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জতিলতা বাঢ়িব পাৰে, লগতে সজাগ নহলে মনোমালিন্য  হোৱাৰ যোগ দেখা য়ায।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  মনত শান্তি বাঢ়িব, মনৰ আশা পুৰণ হব, লগতে যশস্যা লাভৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিবেশ হব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি হব পাৰে লগতে সজাগ নহলে প্ৰতাৰিত হব পাৰে। 
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব , লগতে ৰোগাৰোগ্য হোৱাৰ যোগ দেখা যায।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শিল্পী সকলৰ সুনাম বাঢ়িব,   শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে যদিও প্ৰাপ্তিৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি  জাতক জাতিকা সকলৰ আজিৰ  দিনটোত কৰ্মত সফল হব, সম্পদ বাঢ়িব, যদিও দেহ মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  সমস্যাৰ সমাধান হব, লগতে ধন মান লাভ হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আগমন হব, কৰ্মত বাধা আতৰিব, লগতে মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, ছোৱালী সকলৰ শুভ, যদিও মনত উদ্বেগ ভাৱ বৃদ্ধিৰ যোগ দেখা যায়। 
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, যদিও সামান্য জতিলতা থাকিব পাৰে, সজাগ নহলে ধন মান হানি হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, যদিও সামান্য মানসিক অশান্তি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪
যোগাযোগ -9101096481

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)