আজিৰ আপোনাৰ দিনটো ০৮ এপ্ৰিল ২০২০

Rinku Rajowar
0
🙏দৈনিক ৰাশি ফল 🙏

🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                       ২৫ চ'ত ,বুধবাৰ,ইং ৮এপ্ৰিল ২০২০। 
সূৰ্য্যোদয় ঘ:৫/৮/৪২সূৰ্য্যাস্ত ঘ:৫/৪১/৩০

ৰাশি - কন্যা ৰাশি। আ:ঘ:- ৪/৩৪/১৮ যোৱাত তুলা ৰাশি।
তিথি - পূৰ্ণিমা।ঘ: ৮/৪/৪৮ লৈ।
নক্ষত্ৰ  - হস্তা, প্ৰা:ঘ:৬/৭/৩৪ লৈ।
আদ্যঋতু হলে - বেশ্যা যোগ।
যাত্ৰা - বাযু কোনত নাই ।ঘ: ৮/৪/৪৮ যোৱাত পূৱ দিশত নাই।
যোগিনী -  বাযু কোনত  ।ঘ: ৮/৪/৪৮ যোৱাত পূৱ দিশত।
মৰণত দোষ - নাই।
ভক্ষাভক্ষ্য - আমিস আৰু কোমোৰা খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিবাদ নিস্পত্তি হব, কৰ্মত সফল হব, যদিও সামান্য অস্থিৰতা বৃদ্ধিৰ যোগ দেখা যায়।

২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, সন্মান বৃদ্ধি হব যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধিৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, সামাজিক সন্মান বাঢ়িব, যদিও সামান্য মানসিক কষ্ট বৃদ্ধিৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, কৰ্মত যোগাযোগ হব, যদিও সজাগ নহলে মনোমালিন্য হোৱাৰ যোগ দেখা যায় ।

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, দ্ৰব্য লাভ হব, যদিও জেষ্ঠ্য জনৰ পৰা দু:সংবাদ পোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হবা,  আত্মীয়ৰ সুখ বাঢ়িব, যদিও মাতৃৰ শৰীৰত ৰোগে কষ্ট দিযাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ, আমোদ প্ৰমোদ বাঢ়িব, যদিও পিতৃৰ শৰীৰত ৰোগে কষ্ট দিযাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  ধন মান বাঢ়িব, লগতে সম্পদ আৰু অৰ্থ প্ৰাপ্তি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  আয় বাঢ়িব যদিও কৰ্মত জতিলতা বৃদ্ধিৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব,  লগতে ৰোগাৰোগ্য হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত প্ৰেম আৰু কৰ্মত শুভ, যদিও বিদ্যাৰ্থী সকলৰ সামান্য দু:খ পাৱ পাৰে, লগতে ব্যয় বৃদ্ধিৰ যোগ দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়ত উন্নতি হব, মনত নতুন আশা বাঢ়িব যদিও সামান্য অশান্তি বৃদ্ধিৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪
ফোন নং -9101096481

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)