গ্ৰন্থ অধ্যয়নৰ আৱশ্যকতা -০৪

Rinku Rajowar
0
যোৱা সংখ্যাৰ পাছৰ পৰা---
     তাৰবাবেই আমি গ্ৰন্থ বা কিতাপ নিয়মিত অধ্যয়নৰ অভ্যাস গঢ়ি তুলিব লাগে  | বিভিন্ন কাৰণত আমাৰ মাজৰ পৰা গ্ৰন্থ অধ্যয়নৰ অভ্যাস নোহোৱা হৈ গৈছে | তাৰবাবে আমি সকলোৱে সজাগ কৰি তোলাৰ বাবে সময় আহি পৰিছে  |
  এই সজাগতা সৃষ্টিৰ বাবে ছাত্ৰ/ছাত্ৰী সকলকো ইয়াৰ প্ৰতি আগ্ৰহী কৰি তুলিবৰ বাবে বিদ্যালয় কতৃপক্ষই আগভাগ লব লাগিব  | ইয়াৰ উপৰিও আমি দেখাপাওঁ আমাৰ অগ্ৰজ সকলেও কিতাপ অধ্যয়নৰ প্ৰতি অনীহা প্ৰকাশ কৰে  | কেৱল mobile তিপি  থাকি সকলো কথা পাহৰি যায়  | গতিকে সেই সকলকো গ্ৰন্থৰ প্ৰতি আগ্ৰাহান্বিত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে  | কাৰণ গ্ৰন্থৰ জ্ঞান মানিক সদৃশ  | ইয়াৰ কোনো অপকাৰ নাই | তাৰবাবেই আমি সকলোৱে গ্ৰন্থ অধ্যয়ন কৰিব লাগে  | 
গতিকে আমি আমাৰ অগ্ৰজ তথা অনুজ সকলোকে আহ্বান জনাব বিচাৰিছো যে সকলোৱে গ্ৰন্থ অধ্যয়ন কৰাটো অভ্যাস হিচাবে গঢ়ি তুলিব লাগে  | গ্ৰন্থ অধ্যয়ন কৰক আৰু পৃথিৱীখন সুন্দৰ কৰি গঢ়ি তোলক | ( সমাপ্ত)

📝 হেমেন হাজৰিকা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)