আজিৰ আপোনাৰ দিনটো

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                                     
৯ বহাগ ,বুধবাৰ,ইং ২২এপ্ৰিল ২০২০। 
সূৰ্য্যোদয় ঘ:৫/০/৪১সূৰ্য্যাস্ত ঘ:৫/৪২/৫৫

ৰাশি -   মীন ৰাশি। ঘ: ৩/২৬/২৮ যোৱাত মেষ ৰাশি।
তিথি - কৃষ্ণা চতুৰ্দ্দশী,।প্ৰা:ঘ:৫/৯/৩ লৈ।
নক্ষত্ৰ  - ৰেৱতী , ঘ:৩ /২৬/৮ লৈ।
আদ্যঋতু হলে - দু:শীলা যোগ।
যাত্ৰা - পশ্চিম দিশত নাই ।পশ্চিম দিশত ,প্ৰা:ঘ:৫/৯/৩ যোৱাত ঈশান কোনত নাই।
যোগিনী - পশ্চিম দিশত ,প্ৰা:ঘ:৫/৯/৩ যোৱাত ঈশান কোনত।।
মৰণত দোষ - এপদ।প্ৰা:ঘ:৫/৯/৩ যোৱাত নাই।
ভক্ষাভক্ষ্য -  মাছ মাংস, মাটিমাহ  খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্মত সফল হব, ব্যস্ততা বাঢ়িব যদিও সজাগ নহলে আনৰ নিন্দনীয় হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব , সুনাম বাঢ়িব, লগতে মনত শান্তি বৃদ্ধিৰ যোগ দেখা য়ায।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধুৰ সহায় লাভ কৰিব, যদিও সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত সুখ বাঢ়িব, বিদ্যাৰ্থী সকলৰ শুভ, লগতে শুভ সংবাদ লাভৰ যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  মনত আশা বাঢ়িব, কৰ্মক্ষেত্ৰ উন্নতি হব, লগতে ধন আগমন হোৱাৰ যোগ দেখা যায।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব, যদিও কৰ্মত সজাগ নহলে অপমানিত হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি  জাতক জাতিকা সকলৰ আজিৰ  দিনটোত  সহায় লাভ কৰিব, সঞ্চয় বাঢ়িব ,লগতে মানসিক ক্লেষ বৃদ্ধিৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সুখ বাঢ়িব, আত্মীয়ৰ আগমন হব লগতে আনৰ সহায় লাভৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শিল্পী সকলৰ শুভ, ন্যায় প্ৰাপ্তি হব, যদিও সজাগ নহলে ক্ষতি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, পাৰিবাৰিক সুখ বাঢ়িব, যদিও সামান্য এলাহ বৃদ্ধিৰ যোগ দেখা যায়। 
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত নতুন আচনি গ্ৰহন কৰিব পাৰিব, যদিও, যদিও মনত উৎসাহ সামান্য হ্ৰাস পোৱাৰ।যোগ দেখা যায়। আজি সজাগ থাকিব।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  আত্মীয়ৰ আগমন হব, সামাজিক ব্যস্ততা বাঢ়িব, যদিও সামান্য পাৰিবাৰিক অশান্তি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪
যোগাযোগ -9101096481

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)