আজিৰ আপোনাৰ দিনটো ১৫এপ্ৰিল ২০২০

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                       ২বহাগ ,বুধবাৰ,ইং ১৫এপ্ৰিল ২০২০। 
সূৰ্য্যোদয় ঘ:৫/৬/৩৫সূৰ্য্যাস্ত ঘ:৫/৩৯/৩৯

ৰাশি - ধনু ৰাশি। প্ৰা:ঘ: ৬/৫৫/২৫ যোৱাত মকৰ ৰাশি।
তিথি - কৃষ্ণা অষ্টমী।ৰা:ঘ: ৮/৪২/৩লৈ।
নক্ষত্ৰ  - উত্তৰষাঢ়া ,ৰা:ঘ:১/৪৭/১ লৈ।
আদ্যঋতু হলে - সুভগা যোগ।
যাত্ৰা - ঈশান কোনত নাই। ৰা: ঘ: ৮/৪২/৩ যোৱাত পূৱ দিশত নাই ।
যোগিনী -  ঈশান কোনত । ৰা: ঘ: ৮/৪২/৩ যোৱাত পূৱ দিশত  ।
মৰণত দোষ - দ্বিপদ। ৰা:ঘ:১/৪৭/১ যোৱাত নাই।
ভক্ষাভক্ষ্য - নাৰিকল ,মাছ মাংস খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আনৰ সহায় লাভ কৰিব, সম্পদ বৃদ্ধি হব যদিও কৰ্মত সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শিল্পী সকলৰ সুনাম বাঢ়িব, মনটো সামাজিক হব, প্ৰেম অৰু কৰ্মত শুভ যদিও বিবাহৰ পৰা আতৰি থাকক।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, যদিও কৰ্মত সামান্য জতিলতা বাঢ়িব লগতে সজাগ নহলে অপমানিত হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, আনৰ সহায় লাভ কৰিব, কৰ্মত উন্নতি হোৱাৰ  যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব, সন্মান বাঢ়িব, প্ৰেমত শুভ যদিও মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু আগমন হব, ব্যৱসায়ত উন্নতি হব যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধিৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি  জাতক জাতিকা সকলৰ আজিৰ  দিনটোত বন্ধু লাভ হব, আয় বাঢ়িব, ব্যৱসায়ত উন্নতি হব যদিও সজাগ নহলে সম্পদ হানিৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন বৃদ্ধি হব, সন্মান লাভ হব, লগতে বন্ধুৰ সহায় লাভৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আগমন হব, বন্ধু লাভ হব, লগতে মনৰ আশা পুৰণ হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব,কৰ্মত সফল হব,যদিও সামান্য জতিলতা থকাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত আত্মীয়ৰ আগমন হব, প্ৰেম আৰু কৰ্মত শুভ যদিও ভ্ৰমনত জতিলতা বৃদ্ধিৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক ব্যস্ততা বাঢ়িব, বন্ধু লাভ হব, যদিও মনত সামান্য চিন্তা বৃদ্ধিৰ হোৱাৰ  যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         জ্যোতিষী 

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪
ফোন নং-9101096481

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)