আকৰ্ষণৰ সিদ্ধান্ত - সফলতাৰ ৰহস্য খণ্ড - ০২

©Admin
0

গতিকে বন্ধুসকল আপুনি যদি  "আকৰ্ষণৰ সিদ্ধান্ত কি ই কেনেকৈ কাম কৰে " এই বিষয়টি ভালদৰে বুজিবলৈ হ'লে সম্পূৰ্ণ মনোযোগ তথা একাগ্ৰতা , শান্ত মনেৰে পঢ়ি থাকক আপোনাৰ মনত সৃষ্টি হোৱা প্ৰতিটো প্ৰশ্নৰ উত্তৰ সমূহ নিশ্চয় পাব ৷ তেনেহ"লে আহক বিষয়টিৰ ওপৰত চৰ্চা আৰম্ভ কৰোহঁক ৷

২০১৪ চনৰপৰা মোৰ জীৱনৰ ভাগ্য চক্ৰ অন্য দিশে গতি কৰিলে হঠাৎ মোৰ জীৱনলৈ এজাক কাল ধুমুহা আহি সকলো থানবান কৰি থৈ গুচি গ'ল মোৰ উচচ শিক্ষা আধাতে সামৰিবলগা হ'ল কাৰণ মোৰ আৰ্থিক দিশটো একেবাৰে দুৰ্বল হৈ পৰিছিল পৰিয়াল আৰু লগ বন্ধুৱেওসেই সময়ত মোক লগ নিদিয়া হৈছিল চাৰিওপিনে মাথোঁ অন্ধকাৰে অন্ধকাৰ কতো তিলমানো পোহৰনেদেখিছিলা এইফালে মোৰ চকুৰ দৃষ্টি দিনকদিনে কমিবলৈ ধৰিলে মই মহা চিন্তাত পৰিছিলো এদিনাখন মই নৈপাৰত গৈ বহি মোৰ জীৱনত ঘটা ঘটনাখিনিৰ বিষয়ে ভাৱি থাকোতে হঠাৎ মোৰ মনলৈ এটা বুদ্ধি আহিল যে মোৰ জীৱনত  হৈ থকা সমস্যাবোৰ বহী এখনত লিখি তাৰ সমাধান কি হব সেইবোৰ যদি লিখি উলিয়াও নিশ্চয় তাৰপৰা পজিটিভ ৰিজাল্ট আহিব কৰি চাওঁচোন কি হব দেখা যাব মানুহৰ জীৱনত দুখৰ সীমা থাকে মোৰ দেখােন দুখেদুখ আৰু কিমই সেইমতে কামটো কৰিলোঁ ৷ মই বহীখনত লিখা পদ্ধতিটো এনেধৰণৰ আছিল -

১/ মোৰ চকু ট্ৰিটমেণ্টৰ কাৰণে পইচা ক'ত পাম আৰু কোনে দিব ?  

উত্তৰঃ- মোৰ বিছ ত্ৰিশটামান পৰিয়াল বৰ্গ আৰু  লগ বন্ধু আছে সকলোৰেপৰা হাজাৰ পাঁচশ যদি বিচাৰো তাৰে দহজনে নিশ্চয় দিব ৷ ঠিক আছে পইচা আহি গ'ল বুলি ভাৱি এখন লিষ্ট তৈয়াৰ কৰি সকলোকে ফোৰ মাধ্যমৰে  জনালোঁ আৰু ভৱা মতে ৰিজাল্ট মুঠ টকা দহ হাজাৰ গোট খালে ৷

                  আগলৈ 

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)