তথাপি আমি নিশিকিলো

©Admin
0
 আমি প্ৰতি নিয়ত
 চেষ্টা কৰিছো
 প্ৰকৃতিক অধিন কৰিবলৈ

 বাৰে বাৰে সকিয়াই গ'ল
 একেটা ভুল 
 বাৰে বাৰে নকৰিবা
 মই সদায় মই  |

 প্ৰতিটো কাৰ্যৰে এটা
বিপৰীত প্ৰতিক্ৰীয়া থাকে
 সহ্যৰো এটা সীমা আছে  |

 তাণ্ডবৰ পৰিণতি ধ্বংস
 পাতনিৰ বাবেও 
ধ্বংসৰ প্ৰয়োজন 
 তেনে এক পৰিবেশৰ বাবেই
কিজানি এনেবোৰ  আয়োজন

 কাৰণ প্ৰকৃতি কাহিনীও
 কাৰোৰেই অধিন নহয়  |

 আমি শিকিম কেতিয়া  ?

 📝হেমেন হাজৰিকা
        মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)